Xorotor Ratipuwa Lyrics – Mrityunjoy Kakati

Xorotor Ratipuwa Lyrics – Mrityunjoy Kakati

Song Details:-

Song: Xorotor Ratipuwa (2020)
Singer: Mrityunjoy Kakati
Composition: Sannidhya Bhuyan
Lyrics: Mrityunjoy Kakati
Music: Dhruv Thakuria
Music Label: JN Music

শৰতৰ ৰাতিপুৱা Lyrics in Assamese

অনুভৱী এটি পুৱা এই ধৰা
দুবৰি শুৱনি আজি নিয়ৰসনা
হৃদয়ৰে এটি মিঠা কল্পনা
শৰতৰে ৰাতিপুৱা যেন লগা

অনুভৱী এটি পুৱা এই ধৰা
দুবৰি শুৱনি আজি নিয়ৰসনা
হৃদয়ৰে এটি মিঠা কল্পনা
শৰতৰে ৰাতিপুৱা যেন লগা

প্ৰণয়ৰে ৰং সানি
ক’তেনো আছা তুমি
জোনাকীৰ সৈতেই বিলীন হোৱা
সপোনৰ পম খেদি লিখা সেই কাহিনী

তোমাৰ বাবেই যে ৰহন সনা
তোমাৰ বাবেই যে ৰহন সনা

অনুভৱী এটি পুৱা এই ধৰা
দুবৰি শুৱনি আজি নিয়ৰসনা
হৃদয়ৰে এটি মিঠা কল্পনা
শৰতৰে ৰাতিপুৱা যেন লগা

জীৱনৰে তমসা, কাহিনী বিষাদভৰা
মচি মচি যাম, নতুন সজাম
এটি এটি ভাৱনা, কি মধুৰ বাসনা!
তোমাৰেই গান, হাঁহিৰে জীপাল

হেঁপাহৰে আখৰা, কাহিনী আশাভৰা
ৰচি ৰচি যাম, হৃদয় জুৰাম

নিয়ৰৰে দলিচা ৰ’দালি চমকসনা
পৰাণৰে গান, বাঁহীৰে জীপাল

প্ৰণয়ৰে ৰং সানি ক’তেনো আছা তুমি
জোনাকীৰ সৈতেই বিলীন হোৱা
সপোনৰ পম খেদি লিখা সেই কাহিনী
তোমাৰ বাবেই যে ৰহন সনা
তোমাৰ বাবেই যে ৰহন সনা

অনুভৱী এটি পুৱা এই ধৰা
দুবৰি শুৱনি আজি নিয়ৰসনা
হৃদয়ৰে এটি মিঠা কল্পনা
শৰতৰে ৰাতিপুৱা যেন লগা

Xorotor Ratipuwa Music Video

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top