Ragini Lyrics – Sannidhya Bhuyan
Song Details:-
Song: Ragini (2020)
Singer: Sannidhya Bhuyan
Lyrics: Rajib Bhuyan
Music: Abhi Saikia, Kangkan Rabha
Music Label: Rainforest Underground
ৰাগিণী Lyrics in Assamese
চিনাকি মোৰ হিয়াৰে সুৰ নিগৰালা
উদাশী মন দুখৰ সপোন উজলালা
সুৰেৰে কাঢ়িলা মন
সুৰেৰে সানিলা ৰং
তোমাৰ উমেৰে আজি মতলীয়া মন
তুমিয়েই সানিলা ৰং
তুমিয়েই কাঢ়িলা মন
নতুন ৰূপত মোৰ হৃদয় কানন
বাৰিষাৰে বৰষুনে সেউজীক সজালে
শুকান বননি দৰা
তেনেদৰে তুমি মোৰ জীৱন জিলিকাই
সজালা মনৰ ধৰা
সুৰেৰে কাঢ়িলা মন
সুৰেৰে সানিলা ৰং
তোমাৰ উমেৰে আজি মতলীয়া মন
তুমিয়েই সানিলা ৰং
তুমিয়েই কাঢ়িলা মন
নতুন ৰূপত মোৰ হৃদয় কানন
আকুলিত হিয়াখন সাবটিলা
প্ৰেমৰ নিতুল ফুলেৰে মন সুবাসিলা
সুৰেৰে কাঢ়িলা মন
সুৰেৰে সানিলা ৰং
তোমাৰ উমেৰে আজি মতলীয়া মন
তুমিয়েই সানিলা ৰং
তুমিয়েই কাঢ়িলা মন
নতুন ৰূপত মোৰ হৃদয় কানন
বাৰিষাৰে বৰষুনে সেউজীক সজালে
শুকান বননি দৰা
তেনেদৰে তুমি মোৰ জীৱন জিলিকাই
সজালা মনৰ ধৰা
সুৰেৰে কাঢ়িলা মন
সুৰেৰে সানিলা ৰং
তোমাৰ উমেৰে আজি মতলীয়া মন
তুমিয়েই সানিলা ৰং
তুমিয়েই কাঢ়িলা মন
নতুন ৰূপত মোৰ হৃদয় কানন
Ragini Lyrics in English
Sinaki Mur Hiyare Xur Nigorala
Udaxi Mon Dukhor Hopun Ujolala
Xurere Kahila Mon
Xurere Hanila Rang
Tumaar Umere Aji Motoliya Mon
Tumiyei Hanila Rang
Tumiyei Kahila Mon
Notun Rupot Mur Hridoy Kanon
Barixare Boroxune Heojik Hojale
Xukan Bononi Dora
Tene Dore Tumi Mur Jibon Jilikai
Hojale Monor Dora
Xurere Kadhila Mon
Xurere Hanila Rang
Tumaar Umere Aji Motoliya Mon
Tumiyei Hanila Rang
Tumiyei Kadhila Mon
Notun Rupot Mur Hridoy Kanon
Akhulito Xiyakhon Xabotila
Premor Nitul Phoolere Mon Xubaxila
Xurere Kahila Mon
Xurere Hanila Rang
Tumaar Umere Aji Motoliya Mon
Tumiyei Hanila Rang
Tumiyei Kadhila Mon
Notun Rupot Mur Hridoy Kanon
Barixare Boroxune Heojik Xojale
Hukan Bononi Dora
Tene Dore Tumi Mur Jibon Jilikai
Hojale Monor Dora
Xurere Kadhila Mon
Xurere Hanila Rang
Tumaar Umere Aji Motoliya Mon
Tumiyei Hanila Rang
Tumiyei Kahila Mon
Notun Rupot Mur Hridoy Kanon
Ragini Music Video